*****Suicide Note***** মা... তুমি যে কৈছিল এইবাৰ পৰীক্ষা ভাল হ'লে তুমি মোক শ্ৱিলংলৈ নিবা যত আমি আমেজ লম শীতল মাদকতা ।। মা মই বুজি পোৱা নাই পৰীক্ষা ভাল মানে কি ? মই যিখিনি লিখিলো পৰীক্ষাত সেইখিনি নম্বৰ পোৱাটো, নে তুমি সাজি থোৱা বাহঁৰ উৰাজাহাজেৰে আকাশ চুৱাটো ? মা আজি পৰীক্ষাৰ ৰিজাল্ট দিছে মোৰ ভাল হৈছে মা অংক, ইংৰাজীত ২ নম্বৰ কম মই ভবাতকৈ......বাকী বোৰ একেই মই 3rd division পাইছো, মা .......তুমি কান্দিছো ? মোক শ্ৱিলংলৈ নিনিয়া মা ? উম ! শুনিছো মইও দেউতাৰ টকাবোৰ বোলে মই পানী কৰিলো , মানুহে কৈছে মই বোলে অলগদ্ধ ??! মা তুমি....তুমিও ভাবিছা আনৰ দৰে , মই দেউতাক দিয়া দুখবোৰ মোক ঘুৰাই দিয়া মা ! মা.. মোক শুবলৈ দিয়া ! মোৰ মুৰত হাত থৈ তাহানিতে যে গাইছিলা "আমাৰে মইনা শুৱ য়ে" আজি আকৌ এবাৰ গাবা, মই চিৰদিনৰ বাবে শুই থাকিম মা...... .... ... ইতি, তোমাৰ অতীতৰ মৰম ।। By : Jintumani kalita Sorbhog, barnagar
To, Mr Narendra Modi The Prime Minister of India Dear Sir, I'm writing to complain about the reservation system in India. with due respect, I want to say that you made us happy when you got the chance to take the throne of the India government because we chose the perfect one in the perfect place. You have been doing a great job and increasing our Indian economy as much as possible and so on. You have become very popular and one of the greatest person in the world who always believes in development. For what we proudly say that Mr Narendra Modi is our Prime Minister of India. sir, I'm from a very poor family but I don't want to be the richest person easily because we know that "Rome was not built in a day", So I would rather believe in education to grow up than beg. And I notice that the central government is giving importance to those who get fewer marks in the examination than the other one. And they get admission in colleges, universities, jobs etc by p...